Posted inৰাজনীতি

এইবাৰ নিৰ্বাচনত কোন কোন ৰথী-মহাৰথীয়ে স্বীকাৰ কৰিলে পৰাজয়?

নিউজ ডেস্ক: পাঁচ ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ আজি ভোটগণনা চলি আছে। ইতিমধ্য কেৱল পঞ্জাবক বাদ বাকী চাৰিখন ৰাজ্য ক্ৰমে মণিপুৰ, উত্তৰ-প্ৰদেশ, গোৱা আৰু উত্তৰাখণ্ডত বিজেপিয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। মন কৰিবলগীয়া যে এইবাৰ নিৰ্বাচনত কেইবাখনো ডাঙৰ মুখে পৰাজয় বৰণ কৰা দেখা গৈছে। নিৰ্বাচনত পৰাস্ত হোৱা শীৰ্ষস্থানীয় নেতাসকলৰ ভিতৰত আছে পঞ্জাবৰ […]