নিউজ ডেস্ক: গোৱালপাৰাত শোকাৱহ দুৰ্ঘটনা! ভয়ংকৰ দুৰ্ঘটনাটোত ৩সন্তানসহ পিতৃ-মাতৃৰ কৰুণ মৃত্যু। বলবলা গধাবৰীত ছুইফ্ট ডিজায়াৰ আৰু ইয়নৰ মুখামুখি সংঘৰ্ষ। থিতাতে নিহত হয় ৩টা শিশু। চিকিৎসালয়লৈ নিয়াৰ বাটত মৃত্যু পিতৃ–মাতৃৰ। ডবকাৰ মদাৰতলিত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন। আন দুজনক সংকটজনক অৱস্থাত হস্পিতাললৈ প্ৰেৰণ। বাইক আৰু পথচাৰীৰ মাজত সংঘটিত হৈ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনা গ্ৰস্ত গ্লেমাৰ […]