চলিত বছৰৰ শেষৰ ফালে হ’ব কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন। সীমা নিৰ্ধাৰণৰ পিছত অনুষ্ঠিত কৰা হ’ব নিৰ্বাচন। কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ পিছত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যালয়ত উপস্থিত থাকে। তাত তেওঁ সদস্যসকলৰ সৈতে আলাপ-আলোচনাত মিলিত হয় আৰু কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন কেনেকৈ শক্তিশালী কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰে। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ স্থানীয় লোকসকলৰ বিভিন্ন সমস্যাসমুহৰ […]