Posted inঅসম

ছাগলী পালনেৰে মৰাণৰ মাহমৰাৰ জুটুলীবাৰীৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটে দেখুৱাইছে আদৰ্শ

মৰাণৰ পৰা স্বপনীল দেউৰীঃ ছাগলী পালনেৰে আত্মসংস্থাপনৰ পথ দেখুৱাইছে মৰাণৰ সমীপৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ অন্তৰ্গত জুটুলীবাৰীৰ জ্ঞানজ্যোতি আত্মসহায়ক গোটে। ১০জনীয়া গোটটোৱে দুবছৰ ধৰি পালন কৰি আহিছে ছাগলী। সম্পূৰ্ণ নিজা খৰচত আৰম্ভ কৰা এই ফাৰ্মখনৰ পৰা ইতিমধ্যে কেইবাটাও ছাগলী বিক্ৰী কৰি লাভবান হৈছে গোট। কম ঠাইত ঘৰুৱা সামগ্ৰীৰে দানা প্ৰস্তুত কৰি ছাগলী বিলাকক খুৱাই যথেষ্ট […]