Posted inঅসম

তেজপুৰত থকা অসম চৰকাৰৰ সমবায় বিভাগৰ গুডামৰ জৰাজীৰ্ণ পৰিৱেশ

তেজপুৰঃ তেজপুৰ চহৰত থকা অসম চৰকাৰৰ সমবায় বিভাগৰ গুডামৰ জৰাজীৰ্ণ পৰিৱেশ। তেজপুৰ চহৰৰ হাতিপীলখানাত থকা সমবায় বিভাগৰ অধীনস্থ গুডামৰ কদৰ্মযয় পৰিৱেশ দেখিলে আপুনি আচৰিত হ’ব। ভাঙি- ছিঙি জৰাজীৰ্ণ হৈ পৰি আছে এই চৰকাৰৰ অধীনৰ এই গুডামটোৰ চকী- মেজকে ধৰি অন্যান্য আচবাব ।চাৰিওফালে এক উৱলি যোৱা পৰিৱেশ ।বস্তাৰ চাউল মজিয়াত সিচঁৰতি হৈ পৰি ৰৈছে চাউল। অসম […]