ধেমাজিঃ ধেমাজি জিলাৰ গেৰুকামুখ আৰক্ষী থানাৰ অন্তৰ্গত মহৰখুটিত ধৰ্ষণকাণ্ড। ফুৰিবলৈ নিয়াৰ চলেৰে এন এইচ পি চিৰ কৰ্মচাৰীয়ে ধৰ্ষণ কৰিলে গোগামুখ কমলপুৰৰ দুই কিশোৰীক। জানিব পৰা মতে, গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত কমলপুৰৰ চুমকি গগৈ (১৪) আৰু দিপিকা চমুৱা (১৩) নামৰ দুই কিশোৰীক গোগামুখ বালিগাঁৱৰ লাকী নাথে দেওবাৰে বিয়লি ফুৰিবলৈ বুলি এন এইচ পি চিলৈ লগ ধৰে, […]