Posted inঅসম

গোগামুখত শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ পূৰ্ণ প্ৰস্তুতি

গোগামুখ,সোণাৰিঃ ৰাসোৎৱলৈ মাজত মাথোন এটা দিন বাকী। ৰাজ্যবাসীয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে এমাহযোৰা আখৰাৰ অন্তত চৰকাৰৰ কভিড-১৯ বিধি অনুসৰি ৰাসলীলা উদযাপনৰ বাবে বিভিন্ন ঠাইত সাজু হৈ উঠিছে। সমগ্র ৰাজ্যৰ লগতে গোগামুখ পূৱ সোৱণশিৰি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যতো শ্ৰীমন্তপুৰ মাজগাওঁস্থিত শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ ৰাস মঞ্চত ১৯ আৰু ২০ নৱেম্বৰ তাৰিখে কভিড-১৯ মহামাৰীৰ […]