Posted inঅসম

গহপুৰত ব্য়ৱসায়িক প্ৰতিস্থানত চোৰে চলালে লুটপাট

গহপুৰঃ ৰাজ্য়ত সান্ধ্য আইন চলি থকাৰ মাজতে গহপুৰত নিশা চোৰে চলালে লুটপাট। সান্ধ্য আইন চলি থকাৰ সুযোগ লৈ ৬খনকৈ ব্য়ৱসায়িক প্ৰতিস্থান লুটি নিয়ে চোৰে। দোকান কেইখনৰ ধন থোৱা বাকচ ভাঙি চোৰে লৈ যায় কেইবা হাজাৰো নগদ ধন, লুটি নিয়ে দোকানৰ সা-সামগ্ৰী। আৰু পঢ়কঃক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰূত্ব আৰোপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ এই চুৰিকাণ্ড […]