Posted inNews

গহপুৰত বান বিধ্বস্ত অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা

গহপুৰ : গহপুৰতবান বিধ্বস্ত অঞ্চলত মন্ত্ৰী পীযুষ হাজৰীকা। গহপুৰৰ বান পৰিস্থিতিৰ বুজ ললে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰী গৰাকীয়ে গহপুৰৰ কেইবাস্থানতো ব্ৰহ্মাজান আৰু চত্ৰং নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী গৰাকীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত মহকুমাটোৰ সামগ্ৰিক বান পৰিস্থিতিৰ বিষয়ে এখন পৰ্যালোচনা সভাতো অংশ লয়। আনহাতে বানত ক্ষতিগ্ৰস্ত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ অংশসমূহ […]