Posted inঅসম

ৰাধাবাৰী চাহ বাগিছাত আছে চিকিৎসালয়, নাই চিকিৎসক; ৰোগীৰ মাজত হাহাকাৰ

কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰাধাবাৰী চাহ বাগিছাত চিকিৎসাসেৱাৰ নামত ৰোগীসকলক লৈ হেতালি খেলিছে বাগিছা কতৃপক্ষই। যাৰ ফলত বাগিছা খনৰ ৰোগীকলৰ মাজত চিকিৎসাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতি সন্মুখীন হৈছে। প্ৰায় দুই হাজাৰ লোকে বসবাস কৰা বাগিছাখনত চিকিৎসালয় আছে যদিও নাই চিকিৎসক। আনহাতে বাগিছাখনৰ চিকিৎসালয়খনত চিকিৎসক নথকাত সম্প্ৰতি সাধাৰণ জ্বৰ,পানীলগা হোৱা ৰোগী উপৰিও […]