Posted inঅসম

আজি শুভমহালয়া! পুৱতি নিশাৰ পৰাই প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিল ৰাইজ

গোলাঘাট/টীয়কঃ আজি শুভমহালয়া। ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিিল দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ। মহালয়াই ধৰণীলৈ বোৱাই আনিলে শাৰদীয় দুৰ্গোৎসৱক । বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক আদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত আনন্দ উৎসাহ উদ্দীপনা। প্ৰবাদ মতে মহালয়াই পৃথিৱীলৈ শুভ আগমণ জনাই মা দুৰ্গাক আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ মন আত্মা সুস্থ কৰে। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ […]