বুধবাৰে গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ এজন ব্যক্তিগত নিৰাপত্তাৰক্ষী বিষয়াক (পিএছঅ’) তেওঁৰ কোৱাৰ্টাৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, মৃত আৰক্ষী কনিষ্টবলজনৰ নাম ৰাকেশ ৰায়। বৰ্তমানলৈকে ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও তেওঁ আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। তথ্য অনুসৰি স্হানীয় আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ […]