Posted inঅসম

খুমটাই আৰক্ষী চকীৰ দুৰৱস্থা , জৰাজীৰ্ণ গৃহৰ বাবে নিৱেশত নাথাকে আৰক্ষী

কমাৰগাঁও (গোলাঘাট):  যি সময়ত ৰাজ্য চৰকাৰে অসম আৰক্ষীক আধুনিকীকৰণ কৰি স্মাৰ্ট আৰক্ষীৰ কথা কৈ আহিছে ,তেনে সময়তো একাংশ আৰক্ষী চকী আৰু আৰক্ষী থানাৰ দুৰৱস্থাই  চৰকাৰৰ  প্ৰকৃত ছবিখন উদঙাই দিছে । গোলাঘাট জিলাৰ খুমটাইত ১৯৮৯ চনত স্থাপন হৈছিল খুমটাই আৰক্ষী চকী। ইয়াৰ পাছতেই ১৯৯২ চনত খুমটাই ৰাজহ চক্ৰৰ সমীপৰ ঐতিহাসিক ধোদৰ আলিৰ কাষতে তদানীন্তন চৰকাৰৰ দিনতে  […]