Posted inঅসম

গোলাঘাট জিলাত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাত কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন

গোলাঘাটঃ গোলাঘাট জিলাত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও ইটোৰ পিছত সিটো কঠোৰ নিৰ্দেশনা প্ৰদান কৰি আহিছে । সম্পূৰ্ণ লকডাউনৰ সময়সীমা এদিনৰ বাবে বৃদ্ধি কৰাৰ সময়তে জিলাখনৰ খুমটাইৰ শাওতলীৰ এটা অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট হিচাপে ঘোষণা কৰাত ভীতিগ্ৰস্ত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী । আৰু পঢ়কঃচৰাইদেউ জিলাৰ বেংক বিষয়াৰে জিলা উপায়ুক্তৰ আলোচনা তাৎপৰ্যপূৰ্ণভাৱে বাগিছাৰ‌ কাম-কাজৰ […]