গুৱাহাটীঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ খ্যাতি অৰ্জন কৰি অসম আৰক্ষীৰ ডি এছ পি পদত নিযুক্তি লাভ কৰাৰ পাছত বুধবাৰে প্ৰথমবাৰৰ বাবে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত উপস্থিত হয় হিমা দাস। দৌৰবিদগৰাকীয়ে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বিভিন্ন গোটত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নৱনিযুক্ত ২১৪৮ গৰাকী অসম আৰক্ষী জোৱানক উদেশ্য কৰি গুৰুত্বপূ্ৰ্ণ বক্তব্য প্ৰদান কৰে। এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি […]
Tag: Golaghat
Posted inঅসম