গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে ৰে’ল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ চোৰাং সোণ ৷ লগতে আটক কৰে এজন সৰবৰাহকাৰীক ৷ চোৰাং সোণৰ ব্যৱসায়ৰ স’তে জড়িত থকা সম্পট ৰাও নামৰ সৰবৰাহকাৰীজনক প্ৰায় ৩২০ গ্ৰাম সোণ সহ আটক কৰে ৷ জব্দকৃত সোণখিনি আগৰতলাৰ পৰা দিল্লীলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকা সময়তে ৰে’ল আৰক্ষীৰ তৎপৰতাত […]