গোলকগঞ্জ : কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাৰ্য্যবাহী পাৰিষদ কৰ্তিক ৰায়ৰ উদ্যোগত ধুবুৰী জিলাৰ গোলকগঞ্জস্থিত চিলাৰায় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিভিন্ন দল-সংগঠনৰ নেতা, বুদ্ধিজীৱি আৰু বিশিষ্ট ব্যাক্তি সকলকলৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। চিলাৰায় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সন্তোষ কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ সভাখন। সভাত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সমাজ কল্যাণ বিভাগৰ কাম-কাজ, পৰিষদীয় […]