Posted inNews

AI ৰ গডফাদাৰ জিঅ’ফ্রী হিণ্টনৰ গুগলৰ পৰা পদত্যাগ

নিউজ ডেস্ক: কৃত্ৰিম বুদ্ধিমত্তাৰ গডফাদাৰ হিচাপে খ্যাত বিখ্যাত কম্পিউটাৰ বিজ্ঞানী জিঅ’ফ্রী হিণ্টনে শেহতীয়কৈ গুগলৰ পৰা পদত্যাগ কৰিছে। কিছুদিনৰ পূৰ্বে বিজ্ঞানী জিঅ’ফ্রী হিণ্টনে “দ্য নিউয়ৰ্ক টাইমছ” কাকতৰ সৈতে হোৱা সাক্ষাৎত ভৱিষ্যতে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিয়ে সৃষ্টি কৰিব পৰা বিপদ সন্দৰ্ভত নিজা মত ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে, কৃত্ৰিম বুদ্ধিমত্তা বহু কাম নিজাববীয়াকৈ কৰিব পৰা আজিৰ দিনত ক্ষমতা […]