Posted inঅসম

গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ বিৰুদ্ধে অসম জাতীয় পৰিষদ

গুৱাহাটী: ভাৰতবৰ্ষৰ কেইবাটাও বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত থকা স্বাধীনতা সংগ্রামী, অসমৰ প্ৰথম মুখ্যমন্ত্রী তথা মহাত্মা গান্ধীৰ ঘনিষ্ঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাঙ্কিত বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ বাবে লোৱা একপক্ষীয় আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ পুনৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ দলে৷ আজি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন […]