Posted inNews

গোৰখনাথ মন্দিৰত আৰক্ষীক আক্ৰমণ, অভিযুক্ত মুৰ্তাজাক ‘নিয়া আদালত’ৰ মৃত্যুদণ্ড

গোৰখনাথ মন্দিৰ আক্ৰমণৰ ঘটনাত অভিযুক্ত আহমেদ মুৰ্তাজা আব্বাচীক নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ নিয়াৰ এখন বিশেষ আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে। ২০২২ চনৰ এপ্ৰিলত মুৰ্তাজাই উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰত নিয়োজিত নিৰাপত্তাকৰ্মীসকলক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। ঘটনাটোত দুজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে এই আক্ৰমণক “সন্ত্ৰাসবাদী আক্ৰমণ” বুলি অভিহিত কৰিছিল। আইআইটিৰ স্নাতক আব্বাচীয়ে কৈছিল যে […]