গোৰেশ্বৰ: বিটিচি চৰকাৰে ৰাজহ বিভাগৰ অধীনস্থ গাওঁবুঢ়া পদৰ বাবে চৰকাৰী ভাৱে বিজ্ঞাপন প্ৰকাশ কৰি পৰীক্ষা অনুষ্ঠিত কৰিও যোৱা তিনি বছৰে ফলাফল ঘোষণা নকৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী প্ৰাৰ্থীসকলে। এবাৰ নহয় দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা নকৰা আৰু খালী হৈ থকা গাওঁবুঢ়া পদ সমূহত নিযুক্তি প্ৰদান নকৰাৰ অন্তৰালত কি ৰহস্য লুকাই আছে তাকে […]