Posted inঅসম

গোৰেশ্বৰত সামৰণি পৰিল কেন্দ্ৰীয় ব্ৰজনাথ শৰ্মা নাট্য সমাৰোহৰ

গোৰেশ্বৰঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ব্ৰজনাথ শৰ্মা নাট্য সমাৰোহৰ সামৰণি। অসম নাট্য সন্মিলন, গোৰেশ্বৰ শাখাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুস্থিত হোৱা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী নাট্যসপ্তাহ আৰু নাট সমাৰোহৰ সামৰণি অনুস্থান উপলক্ষে অনুস্থিত হোৱা ” ব্ৰজনাথ শৰ্মা আৰু সহ অভিনয় ” শীৰ্ষক বিষয়ত হোৱা আলোচনা চক্ৰত আলোচক হিচাবে অংশ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা […]