গোৰেশ্বৰঃ সমাজত সদায় অৱহেলিত অনাদৃত এগৰাকী প্ৰতিবন্ধী যুৱতী। নিজকে সমাজত আন সাধাৰণ মানুহৰ দৰে খোজ মিলাই জীয়াই থাকিব খোজে। মনত পুহি ৰাখিছে অদম্য হেঁপাহ। সেই হেপাঁহৰ বাবেই জীৱনৰ সৈতে সংগ্ৰাম কৰি শাৰীৰিক, মানসিক, সামাজিক নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জাবাংপাৰ গাঁৱৰ প্ৰয়াত ফুকন বেজবৰুৱা আৰু কল্পনা বেজবৰুৱাৰ কন্যা সন্তান সুস্মিতা বেজবৰুৱাই […]