Posted inঅসম

অম্বুবাচীৰ পিছতেই গোৰ্খা সম্প্ৰদায় লোকসকলে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ ‘আষাঢ় প’ন্দ্ৰা’

চন্দনপুৰ,গোলাঘাটঃ প্ৰতি বছৰে আহাৰ মাহৰ ১৫তাৰিখে গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে কৃষিভিত্তিক উৎসৱ ‘আষাঢ় প’ন্দ্ৰা’ উদযাপন কৰি আহিছে। ‘দহি চিউৰা খানি দিন’ হিচাপেও পৰিচিত এই উৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত থকা গোৰ্খা সম্পদায়ৰ লোকসকলে পালন কৰে। আষাঢ় প’ন্দ্ৰাৰ তাৎপর্য অম্বুবাচীৰ পিছত গোৰ্খা সম্প্ৰদায়লোকসকলে আহাৰ মাহৰ ১৫ তাৰিখ অৰ্থাৎ ইংৰাজী ২৯-৩০ জুনত খেতিপথাৰত বীজ ৰোপণ কৰে। […]