চাম্পুপাৰা : ড্ৰাগছ ব্যৱসায়ী ছোবাহান আলী গ্ৰেপ্তাৰ। দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আছিল ছোবাহান আলী। অৱশেষত বোধহয় নিশাৰ ভাগত জালত জালত পৰে ছোবাহান আলী। দক্ষিণ কামৰূপৰ চাম্পুপাৰাত আৰক্ষীয়ে এক ড্ৰাগছৰ বিৰোধী অভিযান চলাই এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম ছোবাহান আলী বুলি জানিব পৰা গৈছে। ৪ […]
Tag: Goroimari
Posted inঅসম