গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পৰা ৫০০০টকা উৎকোচ লৈ থকা সময়তে হাতে লোটে ধৰা পৰিল মুচা হক নামৰ মুখ্য অভিযন্তাজন। দীৰ্ঘদিন ধৰি অভিযন্তা গৰাকীয়ে গোৰেশ্বৰ অঞ্চলৰ বিদ্যালয় সমূহৰ পৰা বিভিন্ন ভয় ভাবুকিৰে ধন সংগ্ৰহ কৰি আহিছিল। আজিও বহুকেইখন বিদ্যালয়ৰ পৰা ধন সংগ্ৰহ কৰিছিল অভিযন্তাজনে। বিদ্যালয় সমূহলৈ অহা প্ৰতিটো চৰকাৰী অনুদানৰ বাবদ […]