বঙাইগাঁও : ছাত্ৰীক অশ্লীল প্ৰস্তাৱ মহাবিদ্যালয়ৰ শিক্ষকৰ। ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দি থকা শিক্ষকৰ ফোন ৰেকৰ্ডিং ভাইৰেল। ছাত্ৰীক অশ্লীল প্ৰস্তাৱ দিয়া শিক্ষকজনৰ গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ। গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপকে এগৰাকী ছাত্ৰীক ফোনযোগে অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে। অধ্যাপকজনৰ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। অধ্যাপকজনৰ গ্ৰেপ্তাৰৰ দাবী বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰ-ছত্ৰীয়ে প্ৰতিবাদ […]