নিউজ ডেস্কঃ সাধাৰণতে এগৰাকী মহিলাই একেসময়তে কেইটা সন্তান জন্ম দিয়ে এটা,দুটা অথবা তিনিটা। কিন্তু দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই একেলগে জন্ম দিলে ১০টাকৈ সন্তান। জ’হান্সবাৰ্গৰ টেম্বিছা ইষ্টৰ বাসিন্দা গোচিয়ামে থামাৰা চিথ’লে প্ৰিটোৰিয়াৰ এখন চিকিৎসালয়ত একে সময়তে চিজাৰিয়ান পদ্ধতিৰ দ্বাৰা ৭ জন ল’ৰা আৰু ৩ গৰাকী সুস্থ কন্যা সন্তান প্ৰসৱ কৰি বিশ্ব অভিলেখ গঢ়িছে। ৩৭ বছৰীয়া গোচিয়ামী […]