Posted inঅসম

স্বাস্থ্যকৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰূপহীহাটত উপস্থিত গৌৰৱ গগৈ

ৰূপহীহাট : আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। সমগ্ৰ দেশতে ১৯৯১ চনৰে পৰাই এক জুলাই দিনটোত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি দেশৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সময়ত সন্মুখৰ পৰা যুঁজ দি অহা চিকিৎসক ও চিকিৎসা কৰ্মী সকলক উৎসাহিত কৰি মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে ৰূপহীহাট সমষ্টিত উপস্থিত হয় গৌৰৱ গগৈ। সমষ্টিটোৰ বিধায়ক […]