Posted inNews

ৰাজ্যৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হোৱা দিশে, তিনি গগৈক দেখা গ’ল একেলগে

নিউজ ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই বেছিকৈ কাষে চপাই আনিলে নেকি বিৰোধীক ! এখন বিশেষ ফটোৱে শুক্ৰবাৰৰ পৰা ৰাজ্য ৰাজনীতিত এক চৰ্চাৰ বিষয় হৈ পৰিছে। দল বেলেগ হ’লেও এতিয়া সকলোৱে একেলগে শাসকীয় পক্ষৰ বিৰুদ্ধে যুঁজ দিয়াৰ যো-জা চলিছে। বিশেষ ফটোখনত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু […]