Posted inঅসম

ছিপাঝাৰৰ ভূমি বেদখল উচ্ছেদৰ সমৰ্থনত গৌৰীসাগৰত অৱস্থান ধৰ্মঘট

ছিপাঝাৰঃ ছিপাঝাৰৰ ভূমি বেদখল উচ্ছেদৰ সমৰ্থনত বুধবাৰে গৌৰীসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বহু সংখ্যক ৰাইজে। আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত দুই শতাধিক লোকে পালন কৰে অৱস্থান ধৰ্মঘট। লগতে পঢ়কঃঢেকীয়াজুলিত জল জীৱন মিছনৰ আঁচনি ৰূপায়নত অনিয়ম অসম আৰক্ষী তথা চৰকাৰৰ সিদ্ধান্তৰ সম‌ৰ্থন জনাই ধৰ্মঘটকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ অসম আৰক্ষী জিন্দাবাদ , […]