নিউজ ডেস্ক: গৱৰ্ণমেণ্ট ই-মাৰ্কেটপ্লেচ(জিইএম)এ ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষভাগত এক ঐতিহাসিক সাফল্য অৰ্জন কৰে৷ ইয়াৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, বিভিন্ন চৰকাৰী সংস্থা, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সমবায়সমূহে একেটা বিত্তীয় বৰ্ষত ৫০ লাখ অনলাইন লেনদেনৰ জৰিয়তে দুই লাখ কোটি টকাতকৈ অধিক (২৪ বিলিয়ন মাৰ্কিন ডলাৰ) মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰে। সৰ্বাংগীন উন্নয়ন, স্বচ্ছ, দক্ষ আৰু […]