নিউজ ডেস্কঃ বৰ্তমান সময়ত বজাৰত বৃদ্ধি পাইছে মূল্যবৃদ্ধি। শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰে এতিয়া জুই চাই দাম। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা দেশৰ বিভিন্ন চহৰত কম দামত বিলাহী বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ পৰা দিল্লী-এনচিআৰ, লক্ষ্ণৌ আৰু পাটনাৰ লগতে দেশৰ বহু কেইখন চহৰত বিলাহী বিক্ৰী কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ […]
Tag: Government of India
Posted inNews