Posted inঅসম

৩য় আৰু ৪ৰ্থ বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা || লখিমপুৰ মেডিকেল কলেজ

উত্তৰ লখিমপুৰৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ে কালি নিশা ২৬৭ টা ৩য় বৰ্গৰ (অ-কাৰিকৰী) আৰু ৪ৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে।