Posted inচাকৰি

CISF-ত ১১৪৯ টা পদত নিযুক্তি বাবে আৱেদন আহ্বান

নিউজ ডেস্ক: কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (CISF)-ত খালী হৈ থকা ১১৪৯ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী পুৰুষ প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন জৰিয়তে CISF-এ ১১৪৯ টা কনিষ্টবল (ফায়াৰ) পদত অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। ইয়াৰে ভিতৰত অসমৰ বাবে আছে ১০৩ টা পদ। ১১৪৯ পদৰ ৪৮৯ টা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে ১১৩ […]