নিউজ ডেস্ক: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NIA)-ৰ বিশেষ আদালতে অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত সংঘটিত গ্ৰেনে’ড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ৮ গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। উল্লেখযোগ্য যে ২০১৯ চনৰ ১৫ মে’ত গুৱাহাটীৰ জু-ৰোডত অৱস্থিত ‘গুৱাহাটী চেন্ট্ৰেল শ্বপিং মল’ৰ সন্মুখত সংঘটিত গ্ৰেনে’ড বিস্ফোৰণত ১২ গৰাকী ব্যক্তি আহত হৈছিল। অনুসন্ধানকাৰী সংস্থাটোৱে দাখিল কৰা অভিযোগনামাৰ ওপৰত ভিত্তি কৰি […]