বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১১.১৫ বজাত ৰে’ল আৰক্ষী বাহিনীয়ে গুৱাহাটী ৰে’ল ষ্টেচনত ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট কঢ়িয়াই নিয়াৰ অভিযোগত এজন ব্যক্তিক আটক কৰে। জানিব পৰা মতে, গুৱাহাটীৰ RPF, GRP আৰু CIB ৰ কৰ্মচাৰীয়ে গুৱাহাটী ৰেল ষ্টেচনৰ মূল প্ৰৱেশদ্বাৰৰ সমীপত সন্দেহজনক ভাবে গতি কৰা ব্যক্তিজনক বহু সময় লক্ষ্য কৰে। ব্যক্তিজনৰ কিছু কাৰু-কায্যত সন্দেহ হোৱাৰ বাবে বিষয়াসকলে ব্যক্তিজনক […]