Posted inঅসম

ৰে’ল সুৰক্ষা বাহিনীৰ সাফল্য: জব্দ ২৬.৫২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

নিউজ ডেস্কঃ উত্তৰ-পূব ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে এসপ্তাহৰ ভিতৰত জব্দ কৰিবলৈ সক্ষম হৈছে ২৬.৫২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। ৰে’ল সুৰক্ষা বাহিনীয়ে ১২ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিলৰ ভিতৰত প্ৰায় ১৪.৯৬ লাখ টকাৰ হেৰোইন আৰু ব্ৰাউন চুগাৰ আৰু প্ৰায় ১১.৫৬ লাখ টকা মূল্যৰ গাঞ্জা উদ্ধাৰ কৰিছে।  ৰে’ল সুৰক্ষা বাহিনীয়ে নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত এজন লোককো আটক […]