নিউজ ডেস্কঃ নতুন বৰ্ষৰ পৰা দেশত বিভিন্ন সামগ্ৰীৰ লগতে কাপোৰৰো মূল্য বৃদ্ধি হোৱাৰ খবৰ চৰ্চাত থকাৰ সময়তে দেশত কাপোৰৰ দাম বৃদ্ধি নাপায় বুলি ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে। কৃষি আইনৰ পিছত কাপোৰৰ GST বৃদ্ধি নকৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। জিএছটি পৰিষদে শুকুৰবাৰে জিএছটি পৰিষদৰ বৈঠকত বস্ত্ৰৰ ওপৰত বৰ্ধিত কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিছে। লগতে পঢ়কঃমিঠাতেলৰ মূল্য হ্ৰাস! […]