গুৱাহাটীঃ কভিড-১৯ৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ডিব্ৰুগড় জিলাত ৩২৩ গৰাকী ব্যক্তি কভিড-১৯ত আক্ৰান্ত হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণীৰ পৰীক্ষা স্থগিত ৰখাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সকলো মহাবিদ্যালয় আৰু অধ্যয়ন কেন্দ্ৰৰ পৰীক্ষা সমূহো স্থগিত ৰাখিছে। এনে সময়তে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিলে এক […]