Posted inNews

বিশ্ব অভিলেখ গঢ়া ডিব্ৰুগড় ১৪১৮ গৰাকী শিল্পীক মাননি আৰু প্ৰমাণ–পত্ৰ বিতৰণ

নিউজ ডেস্কঃ আজি ডিব্ৰুগড়ৰ মানকটা ফিল্ডত আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সৰুসজাই ষ্টেডি়য়ামত আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰ প্ৰদৰ্শনৰ জৰিয়তে বিশ্ব অভিলেখ স্থাপন কৰিবলৈ সক্ষম হোৱা বিহুৱা-বিহুৱতী, ওজা আৰু প্ৰশিক্ষকসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা প্ৰমাণপত্ৰ আৰু ২৫ হাজাৰ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি ডিব্ৰুগড়ৰ […]