নিউজ ডেস্ক- কালি নিশা অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহ কাণ্ডক লৈ পাটশালাত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে, পাঠশালাত নিশা প্ৰায় ৯ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত স্থানীয় ৰাইজ আৰু দল সংগঠনে বহি:ৰাজ্যলৈ নি থকা অৱস্থাত ৩ খনকৈ হাতী সৰবৰাহ কৰা ট্ৰাক আবদ্ধ কৰাৰ লগতে সন্দেহযুক্ত দুখন ফৰচুনাৰ গাড়ী আবদ্ধ কৰে। লগে লগে […]