Posted inদেশ-বিদেশ

গুজৰাটৰ ক’ভিড চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হৈ মৃত্যু ১৮জনৰ

নিউজ ডেস্কঃ গুজৰাটৰ এখন কভিড হস্পিতালত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ প্ৰায় ১৮ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। পেটেল ৱেলফেয়াৰ হস্পিতালত নিশা প্ৰায় ১২ বজাত সংঘটিত হৈছিল এই ঘটনা। ঘটনাস্থলীত অগ্নিনিৰ্বাপকবাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় লগতে ৰোগীসকলক উদ্ধাৰ কৰে। ইতিমধ্যে এই ঘটনাত ১৮ গৰাকীৰ মৃত্যু হয়। আৰু পঢ়কঃঅসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ কভিড ৱাৰ্ডত অগ্নিকাণ্ড […]