নিউজ ডেস্কঃ দেশত পুনৰ ওলাল ভুৱা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ’) বিষয়া। এইবাৰ নিজকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ (পিএমঅ’) বিষয়া হিচাপে চিনাক্ত দি দুটাকৈ শিশুক গুজৰাটৰ বদোদৰাৰ এখন ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰাই। সন্দেহৰ ভিত্তিত পিছত বিদ্যালয় পৰিচালনা সমিতিয়েই বদোদৰাৰ বাসিন্দা মায়াংক তিৱাৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। অভিযুক্ত পিছত মায়াংক তিৱাৰীক অভিযোগ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ […]
Tag: Gujrat
Posted inNews