Posted inমুখ্যপৃষ্ঠা

গুজৰাটত APPৰ চৰকাৰ গঠন হ’বঃ অৰবিন্দ কেজৰিৱাল

নিউজ ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচন সমূখত। এই নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাটত ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।  দেওবাৰে ৱলছাডত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেজৰিৱালে গুজৰাট চৰকাৰক তীব্ৰ সমালোচনা কৰে। জনসভাত উপস্থিত থকা সাধাৰণ ৰাইজক সম্বোধন কৰি তেওঁ কয় যে- আপোনালোক সকলোৱে আজি পৰিৱৰ্তনৰ বাবে আহিছে। গুজৰাটত আপৰ চৰকাৰ […]