ৰাজ্যত ক’ভিড সংক্ৰমণে ভয়াবহ ভাবে বৃদ্ধি পোৱাৰ পিছতো এচাম ব্যক্তিগত খন্ডৰ বিদ্যালয়ে চৰকাৰী নিৰ্দেশলৈ কেৰেপ নকৰি চলাই গৈছে কামকাজ।গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। ইয়াৰে ২২ জন শিক্ষক আৰু ৮ […]