গুৱাহাটীঃ শৰাইঘাট দলঙত শোকাবহ পথ দুৰ্ঘটনা। দলঙৰ ৰেলিঙত খুন্দিয়াই ৫০ফুট তলত পৰিল চুইফট বাহন । এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন। নিহত দুজন ছিপাঝাৰৰ মৰোৱাচুকীৰ ৰুমিজা বেগম (২৬) আৰু ফকৰুল ইছলাম (৩২) বুলি জানিব পৰা গৈছে ৷ লগতে পঢ়কঃজে আৰ টি উদ্যোগে কামৰূপ জিলা প্ৰশাসনলৈ আগবঢ়ালে এখন এম্বুলেন্স অহা মাহত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ কথা […]