নিউজ ডেস্কঃ সোমবাৰে নিশা গুৱাহাটীত বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। অমিত শ্বাহ আৰু জে পি নাড্ডা দুয়োকে হিমন্ত বিশ্ব শৰ্মায়ে বিমান বন্দৰত আদৰণি জনাই। তাৰ পিছত দুয়োকে ৰেডিছন ব্লু’ হোটেল লৈ সংগ দিয়ে। নিশাটো হোটেলত পাৰ কৰি আজি ৰাতিপুৱাই দুয়োগৰাকী নেতা মেঘালয় আৰু নাগালেণ্ডৰ অভিমুখে […]