Posted inঅসম

পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেব চালক সকলৰ প্ৰতিবাদ

গুৱাহাটী : গুৱাহাটীত কেব চালক সকলৰ প্ৰতিবাদ। পেট্ৰ’লৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেব চালক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। গণেশগুৰি উৰণীয়া সেঁতুৰ তলত প্ৰতিবাদ সাব্যস্ত কৰে কেব চালক সকলে। পেট্ৰ’লৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণ ৰাইজক। শতকৰা ঘৰ অতিক্ৰম কৰাৰ পিছতো প্ৰতিদিনে পেট্ৰ’লৰ মূল্য বৃদ্ধি পাই আছে। পেট্ৰ’লৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিৰোধী […]