Posted inঅসম

Guwahati College of Architecture & Planning নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

গুৱাহাটীঃ গণৰাজ্য দিৱসৰ দিনাই একাংশ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। গণৰাজ্য দিৱসৰ দিনাই প্ৰতিবাদত বহিব লগা হ’ল Guwahati College of Architecture & Planning নামৰ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী । কিয়নো ছাত্ৰ-ছাত্ৰী সকলোৰ ভৱিষ্যৎ অন্ধকাৰত থৈ বন্ধ কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছে মহাবিদ্যালয়খন । শৈক্ষিক ভৱিষ্যৎ অন্ধকাৰত থৈ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আধৰুৱা কৰি হঠাৎ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মহাবিদ্যালয়খন । আনকি ছাত্ৰ-ছাত্ৰীসকলোক […]