Posted inঅসম

প্ৰবক্তাৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰই

গুৱাহাটীঃ গুৱাহাটী কমাৰ্চ কলেজত প্ৰবক্তাৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত ছাত্ৰ। হেমন্ত কুমাৰ ডেকা নামৰ প্ৰবক্তা গৰাকীৰ প্ৰহাৰত শ্ৰৱণ শক্তি হেৰুৱালে ছাত্ৰই। গুৰুত্বৰভাৱে আহত ছাত্ৰজনৰ নাম শুভম কৰ। লগতে পঢ়কঃপুনৰ ডকাইতক এনকাউণ্টাৰ অসম আৰক্ষীৰ শুভম কৰ নামৰ ছাত্ৰজনৰ পৰিয়ালে প্ৰৱক্তাগৰাকীৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু কৰিছে। পিছে আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে […]