Posted inNews

গুৱাহাটী কমাৰ্চ কলেজত বাধ্যতামূলক নামঘোষা

নিউজ ডেস্ক- অসমীয়া সমাজ জীৱনত শংকৰদেৱ আৰু মাধৱদেৱৰ অৱদান অতুলনীয়। মহাপুৰুষ মাধৱদেৱৰ অমৰ সৃষ্টি নামঘোষা। গুৱাহাটী কমাৰ্চ কলেজত শেহতীয়াকৈ নামঘোষাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই ৰাইজক হতবাক কৰিছে। গুৱাহাটী কমাৰ্চ কলেজত কলেজ কৰ্তৃপক্ষই নামভৰ্তিৰ সময়ত শিক্ষাৰ্থীৰ বাবে নামঘোষা ক্ৰয় বাধ্যতামূলক কৰিছে। জানিব পৰা মতে, শিক্ষাৰ্থীসকলে নামঘোষাখনৰ বাবে ৭০০ টকাকৈ ভৰিবলগীয়া হ’ব। এই কথাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি […]