Posted inচাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰান্ধনী পদত ওলাইছে চাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ত সৃষ্টি হোৱা কিছু পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে গুৱাহাটী উচ্চ ন্যায়ালয়ে চে’ফ (ৰান্ধনী) পদত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচাৰিছে। পদৰ সংখ্যা – ৩টা (UR: 2, OBC / MOBC: 1) দৰমহা – মাহে ১২,০০০-৫২,০০০ টকা। গ্ৰে’ড পে’ ৩৯০০ টকা। প্ৰাৰ্থীৰ শিক্ষাগত […]