নিউজ ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল APSC কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পাল। ৬ বছৰ ৪ মাহ জেলত থকা ৰাকেশ পাল মুকলি আকাশৰ তললৈ আহিয়ে সংবাদ মাধ্যমৰ আগত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰাৰ বাবে ধন্যবাদ দিয়ে। সাংবাদিকে জেলৰ ভিতৰৰ অভিজ্ঞতাৰ বিষয়ে সুধাত ৰাকেশ পালে কয় যে, […]