গুৱাহাটী : কামৰূপ মহানগৰ জিলাত অবৈধ অৰু অস্বাস্থ্যসন্মত পানী বটলিং কাৰখানাসমূহ সমূলঞ্চে উৎখাত কৰাৰ লক্ষ্যেৰে উপায়ুক্ত পল্লৱ গোপাল ঝাই গঠন কৰি দিয়া টাস্ক ফৰ্চে জিলাখনৰ বিভন্ন প্ৰান্তত জোৰদাৰ অভিযান আৰম্ভ কৰিছে। কেতবোৰ ৰাজহুৱা অভিযোগৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ বাবে জিলা প্ৰশাসনে চক্ৰ বিষয়া, দণ্ডাধীশ, আৰক্ষী খাদ্য সুৰক্ষা বিষয়া তথা গুৱাহাটী পৌৰ নিগমৰ বিষয়াৰ […]
Tag: guwahati municipal corporation
Posted inঅসম