Posted inঅসম

যান-বাহন আৰক্ষীক বৰ্বৰতা ঘটনাক লৈ দ্বিতীয়জন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা

পল্টন বজাৰ আৰক্ষীৰ অন্য এজন আৰক্ষীক শাস্তিমূলকভাবে ৰিজাৰ্ভ ক্লজ কৰা হৈছে । যান বাহন আৰক্ষীৰ প্ৰণৱ কুমাৰ ডেকাক ৰিজাৰ্ভ ক্লজ কৰা হৈছে । গুৱাহাটীৰ পল্টন বজাৰত এটি শিশুসহ পত্নীক লগত লৈ স্কুটিৰে গৈ থকা সময়ত সামান্য কাৰণতে ৱিকি গুপ্তা নামৰ লোকজনক বাইকৰ ওপৰতেই আৰক্ষীয়ে প্ৰহাৰ কৰিছিল । কালি তৎকালীনভাবে ফকৰুদ্দিন আহমেদ নামৰ আৰক্ষীজনক নিলম্বন কৰা […]