মহানগৰীৰ পৰা অপহৃত হোৱা দুটি শিশু বিহাৰৰ পৰা উদ্ধাৰ কৰা হৈছে। বৃহস্পতিবাৰে মালিগাঁৱৰ গোটানগৰৰ নিজ ঘৰৰ চোতালতে খেলি থকা অৱস্হাত অপহৰণ হোৱা অপহৰণ কৰা হৈছিল। উল্লেখ্য যে, পৰিয়ালৰ লোকে বিহাৰৰ কোনো অপহৰণকাৰীয়ে অপহৰণ কৰা বুলি সন্দেহ কৰা পাছতে গুৱাহাটী আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে সংযোগ কৰিছিল। অৱশেষত বিহাৰৰ বৈশালী জিলাৰ মহুৱাৰ পৰা আৰক্ষীয়ে শিশু দুটাক উদ্ধাৰ […]
Tag: Guwahati police
Posted inঅসম