Posted inঅসম

অবশেষত ন্যায়ালয়ৰ ৰোষত ৰাজ্যৰ ব্যক্তিগত খন্ডৰ শিক্ষানুষ্ঠান

নিউজ ডেক্স: ৰাজ্যৰ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ মইমতালীত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । এই শিক্ষানুষ্ঠানবোৰ নিয়ন্ত্ৰণলৈ আনিবলৈ বহুবাৰ চৰকাৰে নীতিনিয়ম বনাইছে যদিও এই বিদ্যালয় সমূহ নাচোৰবান্ডা । কোনো কথাই কেৰেপ নকৰে এই বিদ্যালয়সমূহৰ কৰ্তৃপক্ষ । শেহতীয়াকৈ ক’ভিডসৃষ্ট পৰিবেশৰ বাবে চলি থকা লকডাউন বাবে ক্ষতিগ্ৰস্থ হৈছে সৰ্বসাধাৰণ জনতা । বহুজনে কৰ্মসংস্থাপন হেৰুৱাৰ লগতে হ্ৰাস পাইছে উপাৰ্জন […]