গুৱাহাটীঃ মহানগৰীৰ চচলৰ ৰাজপথত সদৌ অসম কেব মজদুৰ সংঘৰ প্ৰতিবাদ। দীৰ্ঘদিনীয়া দাবীৰে কেব মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে ৷ এফালে কোম্পানীৰ লুণ্ঠন আনফালে ৰাজ্যিক পৰিবহণ বিভাগৰ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰে কেব মজদুৰ সংঘই ৷ স্পীড লিমিট নলগোৱা বাবে পৰিবহণ বিভাগে অত্যাধিক হাৰত জৰিমনা বিহে ৷ ফলত পৰিয়াল পোহপালত ব্যৰ্থ হৈ পৰিছে কেব চালক সকল। কৰোনা […]