নিউজ ডেস্ক- গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত উভয় দিশত চলিব এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল। যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক বিজ্ঞপ্তিত প্ৰকাশ কৰে। জানিব পৰা মতে, এই বিশেষ ৰে’লখন ৰঙিয়া, নিউ জলপাইগুড়ী, বিজয়াৱাড়া,মালদা টাউন, খড়গপুৰ জংচন,পালাচা,বিশাখাপত্তনম, গুন্টুৰ আৰু নালগোণ্ডা ষ্টেচন হৈ চলিব। এই ৰে’লখন ১৭টা […]
Tag: guwahati railway station
Posted inঅসম